Assamese Calendar 2024 Blog

দুৰ্গা পূজা (Durga Puja) Wishes

Published on October 11, 2024

মই কালি Internet ত Durga Puja ৰ Wish কৰিবৰ বাবে এটা tool বিচাৰি আছিলোঁ। তেনেতে মই এইটো পালোঁ... এইটো লিংক

- ইয়াত wish টো লিখিব লাগে

- তাৰ পাছত pop টোত click কৰিব লাগে

- তাৰ পাছত মোৰ favorite টো হৈছে mixed ball ত click কৰিব লাগে

- এই সকলোবোৰ save হৈ থাকিব

- তাৰ পাছত 'share this moment' ত click কৰিলে এই গোটেই celebration টো share কৰিব পাৰিব।